Trace Id is missing
প্ৰধান বিষয়বস্তুলৈ গুচি যাওক
ছাইন ইন কৰক

Windows 8.1 লেংগুৱেজ ইণ্টাৰফেচ পেক (LIP)

Windows 8.1-ৰ লেংগুৱেজ ইণ্টাৰফেচ পেকে (LIP) Windows 8.1-ৰ সৰ্বাধিক ব্যৱহৃত ক্ষেত্ৰৰ কাৰণে আংশিকভাৱে অনুবাদিত ব্যৱহাৰকৰ্তা ইণ্টাৰফেচ প্ৰদান কৰে৷

গুৰুত্বপূৰ্ণ! তলত এটা ভাষা চয়ন কৰিলে সম্পূৰ্ণ পৃষ্ঠাৰ সামগ্ৰী সেই ভাষালৈ ডাইনেমিকভাৱে সলনি হ'ব।

  • সংস্কৰণ:

    1.0

    প্ৰকাশিত তাৰিখ:

    ১২-১১-২০১৩

    ফাইলৰ নাম:

    LIP_as-IN-32bit.mlc

    LIP_as-IN-64bit.mlc

    ফাইলৰ আকাৰ:

    2.7 MB

    4.1 MB

    Windows লেংগুৱেজ ইণ্টাৰফেচ পেকে (LIP) Windows-ৰ বহুল ব্যৱহৃত ক্ষেত্ৰসমূহৰ আংশিকভাৱে অনুবাদিত সংস্কৰণ এটাৰ যোগান ধৰে৷ LIP স্থাপন কৰাৰ পিছত, ৱিজাৰ্ড, সংলাপ বাকচসমূহ, মেনুসমূহৰ পাঠ আৰু সহায়তা আৰু সমৰ্থন বিষয়সমূহ LIP ভাষাত প্রদৰ্শিত হ'ব৷ যিখিনি পাঠ্য অনুবাদিত হোৱা নাই সেইখিনি Windows 8.1-ৰ আধাৰ ভাষাত থাকিব৷ উদাহৰণ স্বৰূপে, আপুনি যদি Windows 8.1-ৰ স্পেনিচ ভাষাৰ সংস্কৰণ ক্ৰয় কৰে আৰু এটা কেটেলেন LIP ইনষ্টল কৰে, তেন্তে কিছুমান পাঠ স্পেনিচ ভাষাত দৃশ্যমান হ'ব৷ আপুনি কোনো একক বুনিয়াদী ভাষাত এটাতকৈ অধিক LIP স্থাপন কৰিব পাৰিব৷ Windows LIPs Windows 8.1-ৰ সকলো সংস্কৰণতে স্থাপন কৰিব পৰা যাব৷
  • সমৰ্থিত অপাৰেটিং ছিষ্টেম

    Windows 8.1

    • ছিষ্টেম আৱশ্যকতাসমূহৰ বাবে, ইয়াত ক্লিক কৰক

    • প্ৰি-ইনষ্টলেশ্বনৰ নিৰ্দেশনাৱলীৰ বাবে, ইয়াত ক্লিক কৰক

    1. ডাউনল'ড আৰম্ভ কৰিবলৈ এই পৃষ্ঠাখনত থকা ডাউনল'ড বুটামটোত ক্লিক কৰক বা ড্ৰপ-ডাউন সূচীখনৰ পৰা এটা বেলেগ ভাষা পছন্দ কৰক৷
    2. নিম্নলিখিত যিকোনো এটা কৰক:
      • তাত্ক্ষণিকভাৱে ইনষ্টলেশ্বন আৰম্ভ কৰিবলৈ, চলাওক ক্লিক কৰক৷
      • পৰৱৰ্তী সময়ত ইনষ্টলেশ্বনৰ বাবে আপোনাৰ কম্পিউটাৰত ডাউনলোড সংৰক্ষণ কৰিবলৈ, সংৰক্ষণ কৰক ক্লিক কৰক
    • ইনষ্টলেশ্বন নিৰ্দেশনাৱলীৰ পিছৰখিনিৰ বাবে, ইয়াত ক্লিক কৰক

    • জ্ঞাত সমস্যাসমূহৰ বাবে, ইয়াত ক্লিক কৰক