Trace Id is missing
প্ৰধান বিষয়বস্তুলৈ গুচি যাওক
ছাইন ইন কৰক

Microsoft® Office Language Accessory Pack – অসমীয়া

Microsoft Office Language Accessory Pack - অসমীয়াএ আপুনি ইনষ্টল কৰি থকা ভাষাৰ ওপৰত নিৰ্ভৰ কৰি অতিৰিক্ত প্ৰদৰ্শন, সহায়, বা প্ৰুফিং সঁজুলিসমূহ যোগ কৰে।

গুৰুত্বপূৰ্ণ! তলত এটা ভাষা চয়ন কৰিলে সম্পূৰ্ণ পৃষ্ঠাৰ সামগ্ৰী সেই ভাষালৈ ডাইনেমিকভাৱে সলনি হ'ব।

ডাউনলোড কৰক
  • সংস্কৰণ:

    2016/2019

    প্ৰকাশিত তাৰিখ:

    ১১-০৩-২০১৬

    ফাইলৰ নাম:

    Office2016_LAP_Readme_as-in.docx

    ফাইলৰ আকাৰ:

    23.9 KB

    Microsoft Office Language Accessory Pack - অসমীয়াএ আপুনি ইনষ্টল কৰি থকা ভাষাৰ ওপৰত নিৰ্ভৰ কৰি অতিৰিক্ত প্ৰদৰ্শন, সহায়, বা প্ৰুফিং সঁজুলিসমূহ যোগ কৰে।
    স্থাপনকৰণ হোৱাৰ পাছত, Microsoft Office Language Accessory Pack - অসমীয়া সক্ষমতাসমূহ আৰু আনুসঙ্গিক বিকল্পসমূহ Office প্ৰয়োগসমূহ আৰু Microsoft Office Language অগ্ৰাধিকাৰসমূহৰ প্ৰয়োগৰ ভিতৰৰ পৰা উপলব্ধ হয়।
  • সমৰ্থিত অপাৰেটিং ছিষ্টেম

    Windows 10, Windows 7, Windows 8

      প্ৰণালীৰ প্ৰয়োজনীয়তাসমূহৰ বিষয়ত শেহতীয়া ডাটাৰ বাবে লিংক চাওকOfficeৰ বাবে প্ৰণালীৰ প্ৰয়োজনীয়তাসমূহ
      Microsoft Windows 8 - 32 বা 64 বিট OS
      Microsoft Windows 10 - 32 বা 64 বিট OS. (Office 2019 এবাৰৰ ক্ৰয়ৰ ব্যৱহাৰকাৰীসকলৰ বাবে Windows 10 হৈছে একমাত্ৰ সমৰ্থিত OS)
      টোকাঃআপোনাৰ ভাষাৰ বাবে সৰ্বোৎকৃষ্ট সমৰ্থন নিশ্চিত কৰিবলৈ আপোনাৰ অপাৰেটিং ছিষ্টেমৰ বাবে শেহতীয়া চাৰ্ভিচ পেকসমূহ ইনষ্টল কৰাটো অনুগ্ৰহ কৰি নিশ্চিত কৰক।

    ছফ্টৱেৰOffice 2016-ৰ যিকোনো সংস্কৰণ (বা নতুন) suite বা ষ্টেণ্ডএল'ন যিবোৰত Microsoft Excel, Microsoft Lync, Microsoft OneNote, Microsoft Outlook, Microsoft PowerPoint বা Microsoft Word থাকে সেইবোৰে Microsoft Office Language Accessory Pack 2016 (বা নতুন) - অসমীয়া সমৰ্থন কৰিব।
    কম্পিউটাৰ বা প্ৰচেছৰSSE2 সমৰ্থন বা তাতকৈ উচ্চৰ সৈতে 1.6 GHz প্ৰচেছৰ; 4GB RAM; 2 GB RAM (32-বিট) বা তাতকৈ উচ্চ

    ডিস্কৰ স্থানOffice প্ৰয়োগসমূহৰ দ্বাৰা ইনষ্টল কৰা হাৰ্ড ডিস্কৰ স্থানৰ অতিৰিক্তভাবে,
  • উপলব্ধ হাৰ্ড ডিস্ক স্থানৰ 4 GB।

  • আপুনি Microsoft Office Language Accessory Pack - অসমীয়াৰ সৈতে ব্যৱহাৰ কৰি থকা Office প্ৰয়োগসমূহৰ দৰে সকলো অন্য প্ৰণালীৰ প্ৰ্য়োজনীয়তাসমূহ একে।


  • Windows Language Interface Pack আপোনাৰ অপাৰেটিং ছিষ্টেম আৰু ছফ্টৱেৰ প্ৰয়োগসমূহৰ বাবে সৰ্বোৎকৃষ্ট ভাষা সমৰ্থনৰ কাৰণত শেহতীয়া Windows Language Interface Packসমূহ ইনষ্টল কৰিবলৈ পৰামৰ্শ দিয়া হয়।

    মনিটৰ প্ৰতিচ্ছায়া আৰু DPI ছেটিংছ বহুত ফ'ণ্ট 1366 x 768 প্ৰতিচ্ছায়াত সৰ্বোৎকৃষ্টভাবে পঢ়িবলৈ সৃষ্টি কৰা হৈছে। যদি আপুনি আপোনাৰ ভাষা ফ'ণ্ট পঢ়াত অসুবিধা পায় অনুগ্ৰহ কৰি আপোনাৰ প্ৰদৰ্শন ছেটিংছ এই প্ৰতিচ্ছবি বা যদি আৱশ্যক হয় তাতকৈ উচ্চলৈ আপডেইট কৰক। অনুগ্ৰহ কৰি মন কৰিব: আমি আপোনাক Office প্ৰয়োগসমূহ Windows ডিফ'ল্ট DPI ছেটিং - 96 DPI-ত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিওঁ - কিছুমান Office প্ৰয়োগত Office সংলাপ আকাৰসমূহ বৃদ্ধি কৰাৰ দ্বাৰা tgl120 DPI ছেটিং ব্যৱহাৰ কৰা কাৰ্য্য শোচনীয় Office ব্যৱহাৰকাৰী অভিজ্ঞতাৰ কাৰণ হ'ব পাৰে।

    আঞ্চলিক আৰু ভাষা বিকল্পসমূহ অতিৰিক্তভাবে এইটো পৰামৰ্শিত যে সকলোআঞ্চলিক আৰু ভাষা বিকল্পসমূহনিয়ন্ত্ৰণ ফলকতMicrosoft Office Language Accessory Pack - [অসমীয়া]ৰ লগত ছেট কৰা হৈছে।

  • এই Language Accessory Pack ইনষ্টল কৰিবলৈ:
    1. এইটো লিংকত ক্লিক কৰিLanguage Accessory Pack Installerডাউনল'ড কৰকLanguage Accessory Pack Installer ডাউনল'ড কৰক
    2. যেতিয়া ডাউনল'ড কৰা সমাপ্ত হয় চলাওক চয়ন কৰক।
    3. স্থাপনকৰণ সম্পূৰ্ণ কৰিবলৈ ষ্ক্ৰীনত থকা নিৰ্দেশনাসমূহ অনুসৰণ কৰক।

    ব্যৱহাৰকাৰীৰ ইণ্টাৰফেচ Language Accessory Packৰ ভাষালৈ সলনি কৰক
    Language Accessory Pack ইনষ্টল হোৱাৰ পাছত, আপুনি Office প্ৰয়োগসমূহৰ পৰা বা Microsoft Office Language অগ্ৰাধিকাৰসমূহৰ প্ৰয়োগৰ পৰা ব্যৱহাৰকাৰীৰ ইণ্টাৰফেচৰ ভাষা (অসমীয়া)লৈ সলনি কৰিব পাৰে।

    ভাষাৰ অগ্ৰাধিকাৰসমূহৰ পৰা ব্যৱহাৰকাৰীৰ ইণ্টাৰফেচৰ ভাষা সলনি কৰিবলৈ:

    1. Office Language অগ্ৰাধিকাৰসমূহৰশুভাৰম্ভ কৰক।
    2. পৰাসম্পাদনাৰ ভাষাসমূহ সূচী, পচন্দ কৰক, আপোনাৰ সম্পাদনাৰ ভাষা চয়ন কৰক আৰু ক্লিক কৰকডিফ'ল্টৰ ৰূপত ছেট কৰকতবুটাম।
    3. প্ৰদৰ্শন আৰু সহায়ক ভাষাসমূহ পচন্দ কৰকসূচীৰ পৰা, আপোনাৰপ্ৰদৰ্শন ভাষাচয়ন কৰকআৰু ক্লিক কৰক ডিফ'ল্টৰ ৰূপত ছেট কৰকবুটামত।
    4. ক্লিক কৰকঠিকবুটামত।

    এটা Office প্ৰয়োগৰ ভিতৰৰ পৰা ব্যৱহাৰকাৰীৰ ইণ্টাৰফেচৰ ভাষা সলনি কৰিবলৈ:

    1. ফাইল, বিকল্পসমূহলৈ যাওক, আৰু তাৰপাছত চয়ন কৰকভাষা
    2. সম্পাদনাৰ ভাষাসমূহ পচন্দ কৰকসূচীৰ পৰাআপোনাৰ সম্পাদনাৰ ভাষা চয়ন কৰক আৰু ক্লিক কৰকডিফ'ল্টৰ ৰূপত ছেট কৰকবুটামত।
    3. প্ৰদৰ্শন আৰু সহায়ক ভাষাসমূহৰসূচীৰ পৰা, আপোনাৰপ্ৰদৰ্শন ভাষাচয়ন কৰকআৰু ক্লিক কৰক ডিফ'ল্টৰ ৰূপত ছেট কৰকবুটামত।
    4. ক্লিক কৰকঠিকবুটামত।

    আপুনি চয়ন কৰা ভাষা ছেটিংছ আপুনি আপোনাৰ Office প্ৰয়োগসমূহ আৰম্ভ কৰাৰ পৰৱৰ্তী সময়ত প্ৰ্ভাৱী হ'ব।

    ভাষাৰ বানান পৰিৱৰ্তন কৰক
    Microsoft Office Language Accessory পেক - (অসমীয়া)এ আপোনাৰ ভাষাত প্ৰুফিং সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰিব পাৰে। পাঠৰ এটা চয়নৰ বাবে ভাষাৰ বানান কেনেকৈ সলনি কৰিব লাগে সেয়া ইয়াত আছে:

    Excel: Excelএ ডিফ'ল্ট বানানৰ ভাষা নিৰ্ধাৰণ কৰিবলৈ Microsoft Officeৰ মূল সম্পাদনাৰ ভাষা ছেটিং ব্যৱহাৰ কৰে। এইটো পৰিৱৰ্তন কৰিবলৈ, ক্লিক কৰক ফাইলতআৰু তাৰপাছত ক্লিক কৰকবিকল্পসমূহত। প্ৰুফিং বিকল্পত ক্লিক কৰকআৰু অভিধানৰ ভাষা সূচীৰ পৰা উপলব্ধ ভাষাসমূহৰ এটাপচন্দ কৰক।

    Outlook, PowerPoint, Word আৰু OneNote:আপুনি বানান পৰীক্ষা কৰিবলৈ ইচ্ছা কৰা পাঠ চয়ন কৰক, ক্লিক কৰকসমীক্ষাত, ক্লিক কৰকভাষাবুটামত, আৰু তাৰপাছত ক্লিক কৰকপ্ৰুফিং ভাষা বিকল্প ছেটকৰকত। সূচী বাকচৰ পৰা আপোনাৰ বাঞ্চিত ভাষা চয়ন কৰক আৰু ক্লিক কৰক ঠিকত