Trace Id is missing
প্ৰধান বিষয়বস্তুলৈ গুচি যাওক
ছাইন ইন কৰক

Microsoft® Office Language Interface Pack 2013 – অসমীয়া

Microsoft Office Language Interface Pack 2013 - অসমীয়া Microsoft Office 2013-ৰ বহুতো এপ্লিকেশ্বনৰ কাৰণে এটা অনুবাদ কৰা ব্যৱহাৰকাৰী ইণ্টাৰফেচ প্ৰদান কৰে৷

গুৰুত্বপূৰ্ণ! তলত এটা ভাষা চয়ন কৰিলে সম্পূৰ্ণ পৃষ্ঠাৰ সামগ্ৰী সেই ভাষালৈ ডাইনেমিকভাৱে সলনি হ'ব।

  • সংস্কৰণ:

    2013

    প্ৰকাশিত তাৰিখ:

    ০২-০৫-২০১৩

    ফাইলৰ নাম:

    languageinterfacepack-x64-as-in.exe

    languageinterfacepack-x86-as-in.exe

    ফাইলৰ আকাৰ:

    13.2 MB

    13.2 MB

      Microsoft Office Language Interface Pack 2013 - অসমীয়া তলৰ Microsoft Office 2013 এপ্লিকেশ্বনৰ কাৰণে এটা অনুবাদ কৰা ব্যৱহাৰকাৰী ইণ্টাৰফেচ প্ৰদান কৰে:

    • Microsoft Excel® 2013

    • Microsoft OneNote® 2013

    • Microsoft Outlook® 2013

    • Microsoft PowerPoint® 2013

    • Microsoft Word® 2013


    • Microsoft Office Language Interface Pack 2013 - অসমীয়াটো ব্যৱহাৰ কৰি, ব্যৱহাৰকাৰীসকলে সেই Office প্ৰয়োগসমূহৰ সমৰ্থিত মূল স্থাপন কৰা ভাষা সংস্কৰণসমূহত কাম কৰিব পাৰে আৰু - অসমীয়াত থকা সেই প্ৰয়োগসমূহৰ বাবে নিৰ্দেশসমূহ আৰু বিকল্পসমূহ দৰ্শন কৰিব পাৰে৷

      Microsoft Office Language Interface Pack 2013ৰ স্থাপনকাৰ্য্যৰ মাজত, ফাইলসমূহ গন্তব্য স্থান হাৰ্ড ডিস্কলৈ প্ৰতিলিপি কৰা হয় যিবোৰে ব্যৱহাৰীসকলক ব্যৱহাৰকাৰী ইণ্টাৰফেচৰ ভাষাটো সলনি কৰিবলৈ ব্যৱহাৰীসকলক সক্ষম কৰে৷ স্থাপনৰ পিছত, Microsoft Office Language Interface Pack 2013 - অসমীয়া Office 2013 এপ্লিকেশ্বনসমূহ আৰু Microsoft Office 2013 ভাষা ছেটিংছসমূহৰ প্ৰয়োগৰ ভিতৰৰ পৰা সামৰ্থ্যসমূহ আৰু আনুষঙ্গিক বিপল্পসমূহ উপলভ্য হয়৷
  • সমৰ্থিত অপাৰেটিং ছিষ্টেম

    Windows 7, Windows 8

      Microsoft Windows 7 - 32 বা 64 বিট OS
      Microsoft Windows 8 - 32 বা 64 বিট OS
      টোকা: অনুগ্ৰহ কৰি আপোনাৰ ভাষাৰ কাৰণে সৰ্বোত্তম সমৰ্থন নিশ্চিত কৰিবলৈ আপোনাৰ অ'পাৰেটিং ছিষ্টেমৰ কাৰণে শেহতীয়া সেৱা পেক স্থাপন কৰা নিশ্চিত কৰক৷

    চফ্টৱেৰ Office 2013 ছুইটৰ যিকোনো সংস্কৰণ বা অকলশৰীয়া য'ত Microsoft Excel, Microsoft OneNote, Microsoft Outlook, Microsoft PowerPoint বা Microsoft Word আছে বা Microsoft Office Language Interface Pack 2013 - অসমীয়া সমৰ্থন কৰিব৷ টোকা: অনুগ্ৰহ কৰি আপোনাৰ Microsoft Office দ্ৰব্যৰ কাৰণে শেহতীয়া Microsoft Office সেৱা পেকসমূহ স্থাপন হৈ থকাতো নিশ্চিত কৰক৷ এইটোৱে উন্নত ব্যৱহাৰ অভিজ্ঞতা নিশ্চিত কৰিব৷

    কম্পিউটাৰ আৰু প্ৰ'চেচৰ SSE2 সমৰ্থন বা তাতকৈ বেছি, 2 GB RAM বা তাতকৈ বেছিৰ সৈতে 1 GHz প্ৰ'চেচৰ
    ডিস্ক স্থান স্থাপন কৰা Office 2013 এপ্লিকেশ্বনৰ দ্বাৰা ব্যৱহাৰ কৰা হাৰ্ড ডিস্কলৈ অতিৰিক্তভাৱে,
  • উপলভ্য 3 GB হাৰ্ড ডিস্ক স্থান৷

  • Microsoft Office Language Interface Pack 2013 - অসমীয়াৰ সৈতে আপুনি ব্যৱহাৰ কৰি থকা Office 2013 এপ্লিকেশ্বনৰ সকলো ছিষ্টেম আৱশ্যকতা অন্য সকলো ছিষ্টেম আৱশ্যকতাৰ সৈতে একে৷


  • Windows ভাষা ইণ্টাৰফেচ পেক আপোনাৰ অ'পাৰেটিং ছিষ্টেম আৰু চফ্টৱেৰ এপ্লিকেশ্বনৰ কাৰণে সৰ্বোত্তম ভাষা সমৰ্থন কৰিবলৈ শেহতীয়া Windows 7 বা Windows 8 ভাষা ইণ্টাৰফেচ পেকসমূহ স্থাপন কৰিবলৈ অনুমোদন জনোৱা হৈছে৷

    মনিটৰ প্ৰতিচ্ছায়া আৰু DPI ছেটিংছ1366 x 768 প্রতিচ্ছায়াত সৰ্বোত্তমৰূপে পঢ়িবলৈ বহুতো ফণ্ট সৃষ্টি কৰা হৈছে৷ যদি আপোনাৰ ভাষা ফণ্ট পঢ়িবলৈ অসুবিধা হৈছে অনুগ্ৰ্ৰহ কৰি যদি প্ৰয়োজন হয় এই প্রতিচ্ছায়ালৈ বা তাতকৈ উচ্চতমত আপোনাৰ প্ৰদৰ্শন ছেটিংছসমূহ উন্নীত কৰক৷ অনুগ্ৰহ কৰি মন কৰিব: Windows ডিফ'ল্ট DPI ছেটিংছ - 96 DPI ত Office 2013 এপ্লিকেশ্বনসমূহ ব্যৱহাৰ কৰিবলৈ আমি আপোনাক পৰামৰ্শ দিওঁ৷ Office সংলাপ আকাৰসমূহ বৃদ্ধি কৰি 120 DPI ছেটিং ব্যৱহাৰ কৰাটোৱে দূৰ্বল Office ব্যৱহাৰকাৰী অভিজ্ঞতাৰ কাৰণ হ'ব পাৰে৷

    ক্ষেত্ৰ্ৰীয় আৰু ভাষা বিকল্পসমূহ অতিৰিক্তভাৱে এইটো অনুমোদিত যে নিয়ন্ত্ৰণ পেনেলত থকা সকলো ক্ষেত্ৰ্ৰীয় আৰু ভাষা বিকল্পসমূহ Microsoft Office Language Interface Pack 2013 - অসমীয়াৰ ভাষালৈ ছেট কৰা উচিত৷

  • এই ডাউনলোড স্থাপন কৰিবলৈ:
    1. ডাউনলোড বুটাম (ওপৰত)ত ক্লিক কৰাৰ দ্বাৰা LanguageInterfacePack.exe ফাইল ডাউনলোড কৰক আৰু ফাইলটো আপোনাৰ হাৰ্ড ডিস্কত সংৰক্ষণ কৰক৷
    2. ছেটআপ প্ৰ'গ্ৰাম আৰম্ভ কৰিবলৈ আপোনাৰ হাৰ্ড ডিস্কত থকা LanguageInterfacePack.exe প্ৰ'গ্ৰাম ফাইলটো দুবাৰ-ক্লিক কৰক৷
    3. স্থাপনকৰণ সম্পূৰ্ণ কৰিবলৈ স্ক্ৰীণত থকা নিৰ্দেশাৱলী অনুসৰণ কৰক৷
    4. এবাৰ স্থাপন হৈ যোৱাৰ পিছত আপোনাৰ Microsoft Office 2013 ভাষা ইণ্টাৰফেচ পেকৰ কাৰণে মোক পঢ়ক ফাইল C:\Program Files\Common Files\microsoft shared\OFFICE15\1101\LIPread.htm ত বিচাৰি পাব৷
    5. Office 2010 ভাষা ইণ্টাৰফেচ পেকৰ সৈতে Office 2010-ৰ নৱীকৰণ বা এটা Office 2013 ভাষা ইণ্টাৰফেচ পেকৰ সৈতে Office 2013-লৈ পূৰ্বৰ সংস্কৰণ সমৰ্থন নকৰে৷ যদি আপুনি আপোনাৰ Office 2010-ৰ মূল স্থাপনকৰণ Office 2013 ভাষা ইণ্টাৰফেচ পেকৰ সৈতে Office 2013-লৈ নৱীকৰণ কৰিবলৈ মন কৰিছে তেন্তে আপুনি কৰিব লাগিব:
      • Office 2010 ভাষা ইণ্টাৰফেচ পেক স্থাপনহীন কৰক৷
      • Office 2013 ছেটআপ চলাওক আৰু নৱীকৰণ বিকল্প পছন্দ কৰক৷
      • Office 2013 ছেটআপ সম্পূৰ্ণ হোৱাৰ সময়ত, Office 2013 ভাষা ইণ্টাৰফেচ পেক স্থাপন আৰু কনফিগাৰ কৰক৷



    আপোনাৰ Office দ্ৰব্যৰ কাৰ্যকলাপ:
    যদি আপুনি "Microsoft Office Activation Wizard" সংলাপত সমগ্ৰ স্থাপন কোডটো পঢ়াত অসুবিধা পাইছে, নাইবা যেতিয়া আপোনাৰ Microsoft Office Language Interface Pack 2013 ব্যৱহাৰ কৰোঁতে সমগ্ৰ স্থাপন কোড সঠিকভাৱে প্ৰদৰ্শন হোৱা নাই, অনুগ্ৰহ কৰি ৱিজাৰ্ডটো বাতিল কৰক আৰু আপোনাৰ Microsoft Office দ্ৰব্য সক্ৰিয় কৰিবলৈ আপোনাৰ অসমীয়া দ্ৰব্যলৈ যাওক৷

    ব্যৱহাৰৰ কাৰণে নিৰ্দেশাৱলী:
    আপোনাৰ ব্যৱহাৰকাৰী ইণ্টাৰফেচ Microsoft Office Language Interface Pack 2013 – অসমীয়া]ৰ ভাষালৈ সলনি কৰিবলৈ, তলৰ পদক্ষেপসমূহ অনুসৰণ কৰক:

    1. Start\All Programs\Microsoft Office\Microsoft Office Tools মেনুৰ পৰা Microsoft Office 2013 ভাষা অগ্ৰাধিকাৰসমূহ লান্চ কৰক৷
    2. প্ৰদৰ্শন আৰু সহায় ভাষা পছন্দ কৰকৰ ভিতৰত, ভাষা প্ৰদৰ্শন কৰকৰ ভিতৰত আৱশ্যকীয় ভাষা চয়ন কৰক আৰু ডিফ'ল্ট ৰূপত ছেট কৰক বুটামত ক্লিক কৰক৷
    3. ভাষা সম্পাদনা পছন্দ কৰকৰভিতৰত, আৱশ্যকীয় ভাষা পছন্দ কৰক আৰু ডিফ'ল্টবুটামৰ ৰূপত ছেট কৰক ক্লিক কৰক৷
    4. ঠিক বুটাম ক্লিক কৰক৷


    আপুনি চয়ন কৰা ভাষা ছেটিংছ আপুনি পৰৱৰ্তী সময়ত আপোনাৰ Office এপ্লিকেশ্বন আৰম্ভ কৰিলে প্ৰভাৱিত হ'ব৷
    টোকা: সহায় Microsoft Office Language Interface Pack 2013 – অসমীয়াৰ ভাষালৈ সালসলনি কৰিব নোৱাৰে৷ সহায় সদায়ে আপোনাৰ স্থাপন কৰা মূল ভাষাত থাকিব৷
    সদায়ে মূল ভাষালৈ ড্ৰ'পডাউন সূচীত আপোনাৰ প্ৰদৰ্শন কৰা সহায় ছেট কৰক৷

    এই ডাউনলোড আঁতৰাবলৈ:
  • সকলো Microsoft Office প্ৰ'গ্ৰাম এৰি দিয়ক৷
  • Windows নিয়ন্ত্ৰণ পেনেলত প্ৰ'গ্ৰাম আৰু সুবিধাসমূহ আইকনত দুবাৰ ক্লিককৰক৷
  • এটা প্ৰ'গ্ৰাম স্থাপনহীন কৰক বা পৰিৱৰ্তন কৰক বিকল্পত, শেহতীয়াভাৱে স্থাপন কৰা প্ৰ'গ্ৰামসমূহ বাকচত Microsoft Office Language Interface Pack 2013 – অসমীয়া ক্লিক কৰক, তাৰপিছত স্থাপনহীন কৰক বিকল্প চয়ন কৰক৷
  • স্ক্ৰীণত দিয়া নিৰ্দেশাৱলী অনুসৰণ কৰক৷